Pawe Pori Hori (পাৱে পৰি হৰি)
শ্ৰেণী:বৰগীত
কণ্ঠ:জুবিন গাৰ্গ
কথা:শ্ৰীমন্ত শংকৰদেৱ
পাৱে পৰি হৰি কৰোহো
পাৱে পৰি হৰি কৰোহো কাতৰি
প্ৰাণ ৰাখবি মোৰ
বিষয় বিষধৰ, বিষে জৰ জৰ
জীৱন নাৰহে থোৰ ৷
অথিৰ ধন জন জীৱন যৌৱন
অথিৰ এহু সংসাৰ
পুত্ৰ পৰিবাৰ সবহি অসাৰ
কৰবো কাহেৰি সাৰ
কমল দল জল চিত্ত চঞ্চল
থিৰ নোহে তিল এক
নাহি ভয়ো ভৱ ভোগে হৰি হৰি
পৰম্পদ পৰতেক
কহতু শংকৰ এঃদুখ সাগৰ
পাৰ কৰা হৃষীকেশ
তুহ গতি মতি দেহু শ্ৰীপতি
তত্ত্ব পন্ঠ উপদেশ ৷
0 Comments