তুমি যেন পপিয়া তৰা (Tumi Jen Popiya Tora)
Assamese Version
তুমি যেন পপীয়া তৰা
আকাশৰ বোৱতী নৈ
তুমি যেন আৱৰি ধৰা
ভিতৰে বাহিৰে বৈউশাহৰ গভীৰ পিয়াহত
তুমি যেন জীয়া চৰাই হৈতুমি যেন পপীয়া তৰা
আকাশৰ বোৱতী নৈ...তোমাতে আদি-অনাদি
তোমাৰে নামৰ ৰাগিণী
ওঁঠৰে তৃষা সামৰি
দুহাতৰ কোমল আঙুলি
পৰশি উজাই নামনি
আৱেগত বাগৰ সলনি
উশাহৰ গভীৰ পিয়াহত
তোমাতেই লিখা জীৱনী
তুমি যেন পপীয়া তৰা
আকাশৰ বোৱতী নৈ...বাঢ়ি আহিব দিয়ানা
দুচকুত হেৰাই যোৱানাসাগৰৰ নাৱিক হোৱানাজাগি উঠিৱ দিয়ানাবুকুতে শিপায় যোৱানাপথাৰৰ পলাশ হোৱানাউশাহৰ গভীৰ পিয়াহতআদৰৰ আঁচোৰ হোৱানাতুমি যেন পপীয়া তৰা
আকাশৰ বোৱতী নৈ...English Version
Tumi Jen Popiya ToraAkashar Buwoti NoiTumi Jen Abori DhoraBhitore Bahire BoiUxahor Gobhir PiyahotTumi Jen Jiya Charai HoiTumi Jen Popiya ToraAkashar Buwoti Noi...Tumate Adi OnadiTumare Naamor RaginiUthore trixa xamoriDuhator Kumal AnguliPoroxi ujai namoniAbegor bagor xoloniUxahor gobhir piyahotTumatei likha jiwoniTumi jen popiya toraAkaxor buwoti noiBahi ahibo diyanaDusokut Herai juwanaXagoror Nabik HuwanaJagi Uthibo DiyanaBukute Xipai JuwanaPotharor Polox HuwanaUxahor Gabhir PiyahotAdaror Ashur HuwanaTumi jen popiya toraAkaxor buwoti noi
Watch the Video....
0 Comments