Mur Minati Tora Hoi Jodi Lyrics by Jayanta Hazarika (মোৰ মিনতি তৰা হয় যদি)


Mur Minati Tora Hoi Jodi  Lyrics by Jayanta Hazarika (মোৰ মিনতি তৰা হয় যদি)
Mur Minati Tora Hoi Jodi (মোৰ মিনতি তৰা হয় যদি)

Title: Mur Minati Tora Hoi Jodi Lyrics (মোৰ মিনতি তৰা হয় যদি)

Original Singer: Jayanta Hazarika

Lyrics: Nirmal Prabha Bordoloi

(শিল্পী: জয়ন্ত হাজৰিকা

কথা: নিৰ্মল প্ৰভা বৰদলৈ)


Assamese Version

মোৰ মিনতি তৰা হয় যদি
তোমাৰ আকাশ চুৱ..
মোৰ এই গান যদি সুৰ হয়
মোৰ এই গান যদি সুৰ হয়
তোমাৰ মনত ৰ`ৱ...
মোৰ মিনতি তৰা হয় যদি
তোমাৰ আকাশ চুৱ..
মোৰ এই গান যদি সুৰ হয়
মোৰ এই গান যদি সুৰ হয়
তোমাৰ মনত ৰ`ৱ...

মোৰ এই কথা যদি সুৰ হয়
মোৰ এই সুৰ যদি জোন হয়
মোৰ এই কথা যদি সুৰ হয়
মোৰ এই সুৰ যদি জোন হয়
সেই জোনে শুনা জোনালি মায়াৰ সৰু শুৰুঙাৰে
সেই জোনে শুনা জোনালি মায়াৰে সৰু শুৰুঙাৰে
মনে মনে গৈ তোমাৰ মুখতে ৰ`ৱ...

মোৰ মিনতি তৰা হয় যদি
তোমাৰ আকাশ চুৱ..
মোৰ এই গান যদি সুৰ হয়
মোৰ এই গান যদি সুৰ হয়
তোমাৰ মনত ৰ`ৱ...


English Version

Mur MIinoti Tora Hoi Jodi
Tumar Akaax Subo..
Mur Ei Gaan Jodi Xur Hoi,
Mur Ei Gaan Jodi Xur Hoi,
Tumar Monot Robo

Mur MIinoti Tora Hoi Jodi
Tumar Akaax Subo..
Mur Ei Gaan Jodi Xur Hoi,
Mur Ei Gaan Jodi Xur Hoi,
Tumar Monot Robo

Mur MIinoti Tora Hoi Jodi
Tumar Akaax Subo..

Mur Ei Kotha Jodi Xur Hoi
Mur Ei Xur Jodi Jun Hoi..
Mur Ei Kotha Jodi Xur Hoi
Mur Ei Xur Jodi Jun Hoi..
Xei June Tula Junali Mayare Xoru Xurungare..
Xei June Tula Junali Mayare Xoru Xurungare..
Mone Mone Goi, Tumar Mukhote Robo..
Moi Nathakileu Xaajor Torai Murei Kothake Kobo..
Moi Nathakileu Xaajor Torai Murei Kothake Kobo..

Mur MIinoti Tora Hoi Jodi
Tumar Akaax Subo..
Mur Ei Gaan Jodi Xur Hoi,
Mur Ei Gaan Jodi Xur Hoi,
Tumar Monot Robo

Mur minoti tora hoi jodi
Tumar akaax subo..


Post a Comment

0 Comments