Ishwar Oi (বগী বগী) Song Lyrics II Neel Akash

 


Song – Ishwar Oi (বগী বগী)
Singer – Neel Akash.


বগী বগী ছোৱালী হাঁই ঐ হাঁই,
মিচিকি হাঁহিৰে খুলি খুলি খাই,
মৰম লগাই আছিলা মোলৈ চাই,
দিছা নেকি বুকুতে ঠাই…

বগী বগী ছোৱালী হাঁই ঐ হাঁই,
মিচিকি হাঁহিৰে খুলি খুলি খাই,
মৰম লগাই আছিলা মোলৈ চাই,
দিছা নেকি বুকুতে ঠাই…

এ মইনা লাগে যদি কোৱানা,
গঢ়াই দিম মই গহণা,
আৰু যদি লাগেনো দিম,
মোৰে কুমল কলিজা,

হাঁই ঐ ঈশ্বৰ ঐ
এনুৱা মৰমে
হাঁই ঐ ঈশ্বৰ ঐ
পগলা কৰিলে…

হাঁই ঐ ঈশ্বৰ ঐ
এনুৱা মৰমে
হাঁই ঐ ঈশ্বৰ ঐ
পগলা কৰিলে…

জান ঐ এধানি এবানি,
কৰিলা হিয়াখনি,
কলৈ যাং কি কৰোং লাগে,
বুকু খন চপৰা চপৰে ,
খহিচে যেনে কৰি,
বেছি দিন নাথাকিম চাগে,
এ মইনা তাকে ভাবি চোৱানা,
মনৰ যিহে যাতনা,
আধাতেই নাভাঙিবা দেই,
মোৰে কোমল ক’লিজা…

হাঁই ঐ ঈশ্বৰ ঐ
এনুৱা মৰমে
হাঁই ঐ ঈশ্বৰ ঐ
পগলা কৰিলে…

আই ক’লা ক’লা,
জানৈ পিতাই ক’লা ক’লা,
জানৈ মই ধোৱাঁচাঙৰ,
মই ধোৱাঁচাঙৰ গঢ়,
কৰবাত কেনেবাক
জানৈ দেখি পাব লাগিলে,
জানৈ ভালুক বুলি নিদিবা,
ভালুক বুলি নিদিবা লৰ…

এ মইনা লাগে যদি কোৱানা,
গঢ়াই দিম মই গহণা,
আৰু যদি লাগেনো দিম,
মোৰে কুমল কলিজা…

হাঁই ঐ ঈশ্বৰ ঐ
এনুৱা মৰমে
হাঁই ঐ ঈশ্বৰ ঐ
পগলা কৰিলে…

হাঁই ঐ ঈশ্বৰ ঐ
এনুৱা মৰমে
হাঁই ঐ ঈশ্বৰ ঐ
পগলা কৰিলে…
 
watch the video...

 

Post a Comment

0 Comments