Ane Jua Baate Nujua Suwali Joni Song Lyrics II আনে যোৱা বাটে নোযোৱা ছোৱালী জনী II Zubeen Garg II Keshab Mahanta

 

Song – Aane Juwa Bate (আনে যোৱা বাটে).

Singer – Zubeen Garg.

Lyrics – Keshab Mahanta.

Album – Borokhun.

N.K. Production Present.


আনে যোৱা বাটে নোযোৱা ছোৱালী জনী

আনে যোৱা বাটে নোযোৱা ছোৱালী জনী
পোৱা নে চিনি,
পোৱা নে চিনি.

আনে যোৱা বাটে নোযোৱা ছোৱালী জনী
পোৱা নে চিনি,
পোৱা নে চিনি.


নৈ পাৰত এছটা শিলত বহি
পানীৰ কোভা চাই,
সোনবৰণীয়া চুলি তাৰি মেলি
তাই জানো কি পাই.

নৈ পাৰত এছটা শিলত বহি
পানীৰ কোভা চাই,
সোনবৰণীয়া চুলি তাৰি মেলি
তাই জানো কি পাই.

বুকুত বিছাৰে কান পাতি তাই,
সুৰৰ গুন গুননী.

আনে যোৱা বাটে নোযোৱা ছোৱালী জনী
পোৱা নে চিনি,
পোৱা নে চিনি…

ডিঙা বাই বাই নাওঁৰিয়া আহে যায়
তাইলৈ কেৰাহী কৈ চাই,
তাইৰ কাষলৈ যাও কি নাযাও কৈ
নাওখন নিয়ে চপাই.

ডিঙা বাই বাই নাওঁৰিয়া আহে যায়
তাইলৈ কেৰাহী কৈ চাই,
তাইৰ কাষলৈ যাও কি নাযাও কৈ
নাওখন নিয়ে চপাই.

পাৰলৈকে নে গৈ উঠিব সিহঁত,
নৈৰে উৰঙা পানী.

আনে যোৱা বাটে নোযোৱা ছোৱালী জনী
পোৱা নে চিনি,
পোৱা নে চিনি.

আনে যোৱা বাটে নোযোৱা ছোৱালী জনী
পোৱা নে চিনি,
পোৱা নে চিনি…

Aane Juwa Bate Song Lyrics from Album – Borokhun

Aane juwa bate nujuwa suwali joni
Puwa ne sini,
Puwa ne sini.

Aane juwa bate nujuwa suwali joni
Puwa ne sini,
Puwa ne sini.



Noir paror esota hilot bohi
Paanir xutvaa saai,
Xun boroniya suli taani meli
Tai jaanu ki paai.

Noir paror esota hilot bohi
Paanir xutvaa saai,
Xun boroniya suli taani meli
Tai jaanu ki paai.

Bukut bisare kaan paati tai,
Xuror gun gunoni.

Aane juwa bate nujuwa suwali joni
Puwa ne sini,
Puwa ne sini.

Post a Comment

0 Comments