Song Credits
Movie: Mon Projapoti(1979)
Singer: Asha Bhosle
Music: Bhupen Hazarika
Lyrics: Bhupen Hazarika
Label: Saregama Regional
এই ধুনীয়া গধূলি লগন
এই ধুনীয়া গধূলি লগন
সংযমহীন আচৰণ
সমাজৰ আঁৰতে নিয়ম ভাঙি
কিয় দুয়ো দুয়োতে মগন
এই ধুনীয়া গধূলি লগন …
প্ৰেমযেন বহুতৰ কটাৰীৰ খেল
হানি কটাৰী চলে
কণ কণ শব্দে বুকু ভেদিলে
বাধা দিব কোন কুশলে
এই ধুনীয়া গধূলি লগন …
জীৱন এন্ধাৰ জগৎ এন্ধাৰ
তুমিতো বিজুলিৰ চাকি
তোমাৰ জ্যোতিয়ে যদি বুকুতে হেৰায়
দিলায়বা অকমান ফাঁকি ।
অঘৰী জীৱন অকলশৰীয়া
তাতে যদি হয় মই জগৰীয়া
কম্পিত বুকুতে আকলোৱা
দুটিবাহু মৰম বলিয়া ।
এই ধুনীয়া গধূলি লগন …
0 Comments