Krishnachura Tumar Pranar Lyrics in Assamese II কৃষ্ণচূড়া তোমাৰ প্ৰাণৰ II Jayanta Hazarika



কৃষ্ণচূড়া, কৃষ্ণচূড়া 

কৃষ্ণচূড়া, কৃষ্ণচূড়া
কৃষ্ণচূড়া তোমাৰ প্ৰাণৰ
ৰঙেৰে মোৰ জীৱন
এবাৰ ৰঙাই তোলা

মোৰ জীৱনৰ বকুল বনৰ
ফুল সৰি সৰি গ'ল
মোৰ যে মনৰ শিমলু তুলা
উৰি উৰি নুৰা হ'ল

কেতেকী তোমাৰ বিননি
আৰু নুশুনাবা
এজাৰ তোমাৰ ব্যথাৰে জীৱন
নোবোলাবা

নিদাঘৰ দাহে শুকালে যি
নৈৰ ধাৰা
বৰষা তোমাৰ দানেৰে
আকো উপচাই দিয়া
কোনোবা খিনিত কি যে হেৰুৱালো
সি কথা মনত নেপেলাবা

 

Post a Comment

0 Comments