Nohole Porishay Hiyare Lyrics in Assamese II নহ`লে পৰিচয় হিয়াৰে ।। Assamese Song


Nohole Porishay Hiyare Lyrics in Assamese II নহ`লে পৰিচয় হিয়াৰে ।। Assamese Song
Nohole Porishay Hiyare (নহ`লে পৰিচয় হিয়াৰে)

Assamese Version

নহ'লে পৰিচয় হিয়াৰে
চিনাকি জানো কোনো হ'ব পাৰে
নহ'লে পৰিচয় হিয়াৰে
চিনাকি জানো কোনো হ'ব পাৰে
ল'ৰালিৰ ঘাটে ঘাটে উমলি থাকোতেই
অচিনা পানচৈ লাগিলেহি ঘাটতে মোৰ অজানিতে
দোলনি দিলে নুবুজাকে মনতে মোৰ গুপুততে
যৌৱনে ক'লে আজি সেয়াই
হিয়া দিয়া নিয়া
হিয়া দিয়া নিয়া

প্ৰথম প্ৰেমকে পাহৰিব পাৰিলে
প্ৰেমৰ স্মৃতিকে মোহাৰিব পাৰিলে
তথাপিতো বাৰে বাৰে চিগি যাব কিয় খোজে সুৰ
অকাৰণে অজানিতে
ল'ৰলিৰ উমলোতে ভাল লগা সুৰ
মনে মনে
যৌৱনে ক'লে আজি এয়াই হিয়া দিয়া নিয়া
হিয়া দিয়া নিয়া

ল'ৰালিৰ সুৰকেই বিছাৰি হে আহিলো
অচিনা ঘাটতে বিছাৰি যে নাপালো
সময়নো কিয় বাৰু খেলিলেহি লুকা ভাকু হায়
বাৰে বাৰে অজানিতে
উভতিলো উকা হাতে লৈ মাথো মোৰ সোৱৰণি
যৌৱনে ক'লে আজি এয়াই হিয়া দিয়া নিয়া

English Version

Nohole porichoy hiyare chinaki janu kunu hobo paare
Nohole porichoy hiyare chinaki janu kunu hobo paare
Loralir ghate ghate umoli thakutei
Osina pansoi lagilehi ghatote murrr ojanite
Duloni dile nubujake.....
Monote mur bukutote
Joubone kole aaji heyai hiya diya niya...
Hiya diya niya.......


Prothom premoke pahoribo parine??
Premor smritike muharibo parine??
Tothapitu baare baare singi jabo kiyo khuje Xudh..????
Kkarone ojanite loralir umolute
Val loga hudh mone mone
Joubone kole aaji eiyai hiya diya niya...
Hiya diya niya.......

Loralir hurokei bisari he aahilu
Osina ghatote bisari je napalu..
Xomoyenu kiyo baaru khelilehi luka vaku haay..?????
Baare baare ojanite
Uvotilu uka haate loi mathu mur huworoni
Joubone kole aaji.... eiyai hiya diya niya...
Hiya diya niya...
Hiya diya niya ...

watch the video...



Post a Comment

0 Comments