Andhar hbo nuwaru lyrics in Assamese II এন্ধাৰ হ’ব নোৱাৰো II Jubin Garg

 

Andhar hbo nuwaru lyrics in Assamese II এন্ধাৰ হ’ব নোৱাৰো II Jubin Garg

এন্ধাৰ হ’ব নোৱাৰো


 এন্ধাৰ হ’ব নোৱাৰো

মচি দিব নোখোজো

এন্ধাৰ হ’ব নোৱাৰো

মচি দিব নোখোজো ,,,

 

পাঁখি মেলা অতিতক

কিদৰে পাহৰো

এন্ধাৰ হ’ব নোৱাৰো

মচি দিব নোখোজো

পোহৰ বুলি জীয়ালো

মনে মনে প্ৰানতে

হাতেৰে ঢুকি নোপোৱা জোনৰে ছবি 



পাঁখি মেলি সপোনে

আগচিলে জীৱ্নক

কোনোবা দৰদী

আকাশৰ নিলিমাতে

 

সেই মন আজি যেন অসীমত

লীন হোৱা তৃষা

কিদৰে পাহৰো মই

এন্ধাৰ হ’ব নোৱাৰো

মচি দিব নোখোজো

পাঁখি মেলা অতীতক

কিদৰে পাহৰো


সাগৰ নীলা দুচকুত

কি ৰং আনে জীৱ্নে

নাজানো যদিও

দুবাহু আছো মেলি

 

সঁচা- মিচা সোমাজত

সাঁতুৰিছো যদিও


খেদি খেদি সোপনে

মিঠা চুমা যাচে


এই মন আজি যেন পোহৰত

 প্ৰান পোৱা তৃষা

কিদৰে পাহৰো মই ,,

এন্ধাৰ হ’ব নোৱাৰো

মচি দিব নোখোজো

এন্ধাৰ হ’ব নোৱাৰো

মচি দিব নোখোজো

পাঁখি মেলা অতিতক

কিদৰে পাহৰো


এন্ধাৰ হ’ব নোৱাৰো

এন্ধাৰ হ’ব নোৱাৰো

এন্ধাৰ হ’ব নোৱাৰো  ....

মচি দিব নোখোজো

এন্ধাৰ হ’ব নোৱাৰো

মচি দিব নোখেজো  ...

Post a Comment

0 Comments