Tezal Tezal song lyrics in Assamese II তেজাল তেজাল মৰম দুবাহুৰ II Dikshu Sharma

 

Tezal Tezal song lyrics in Assamese II তেজাল তেজাল মৰম দুবাহুৰ II Dikshu

Title: তেজাল তেজাল মৰম দুবাহুৰ

Artist: দিক্ষু                                                               

                                             তেজাল তেজাল মৰম দুবাহুৰ

 
 এ..... অ'অ'অ'.........

এ..... অ'অ'অ'.........

এ..... অ'অ'অ'.........
 
Thousand love for you...



তেজাল তেজাল মৰম দুবাহুৰ

উমাল উমাল শিহৰণ বুকুৰ...


তেজাল তেজাল মৰম দুবাহুৰ

উমাল উমাল শিহৰণ বুকুৰ...

হৰিণি হৰিণি তোমাৰ চকুত

এসাগৰ সপোন আঁকিলো

হেজাৰ হেজাৰ প্ৰেম তোমাক যাচিলো

ভালপোৱাৰে পৰশ সানিলো


তেজাল তেজাল মৰম দুবাহুৰ

উমাল উমাল শিহৰণ বুকুৰ...


টোপাল অ' টোপাল নিয়ৰ সনা হিয়া

জিপাল অ' জিপাল যৌৱন উন্মনা


টোপ টোপ টোপাল অ' টোপাল নিয়ৰ সনা হিয়া

অ' জিপাল জিপাল যৌৱন উন্মনা


হৰিণি হৰিণি তোমাৰ চকুত

এসাগৰ সপোন আঁকিলো

হেজাৰ হেজাৰ প্ৰেম তোমাক যাচিলো

ভালপোৱাৰে পৰশ সানিলো


তেজাল তেজাল মৰম দুবাহুৰ

উমাল উমাল শিহৰণ বুকুৰ...


ৰুমাল অ' ৰুমাল তোমাৰ মৰমৰে

ৰসাল অ' ৰসাল জীৱন প্ৰণয়ৰে
ৰু ৰু ৰুমাল অ' ৰুমাল তোমাৰ আদৰৰে

ৰসাল অ' ৰসাল জীৱন প্ৰণয়ৰে
হৰিণি হৰিণি তোমাৰ চকুত

এসাগৰ সপোন আঁকিলো

হেজাৰ হেজাৰ প্ৰেম তোমাক যাচিলো

ভালপোৱাৰে পৰশ সানিলো


তেজাল তেজাল মৰম দুবাহুৰ

উমাল উমাল শিহৰণ বুকুৰ...


এ..... অ'অ'অ'.........

এ..... অ'অ'অ'.........

এ..... অ'অ'অ'.........
 
Thousand love for you...

watch the video...




 


Post a Comment

0 Comments