Title: ৰং দিয়া মৰম ৰং ভালপোৱা
Artist: জুবিন গাৰ্গ (Zubeen Garg) আৰু শ্ৰেয়া ঘোষাল (Shreya Ghoshal )
ৰং দিয়া মৰম ৰং ভালপোৱা
ৰং দিয়া মৰম ৰং ভালপোৱা সজাওঁ ৰামধেনু
ৰং দিয়া মৰম ৰং ভালপোৱা সজাওঁ ৰামধেনু
ৰং দিয়া মৰম ৰং ভালপোৱা সজাওঁ ৰামধেনু
ৰং জীৱনৰে সুখ-দুখৰে সজাওঁ ৰামধেনু
এবুকু মৰমৰ বাহিৰে, মোৰ বুলিবলে আছে কিনো
মিঠা মিঠা সপোনে দিঠকক বুলাব জানো ?
ৰং দিয়া মৰম ৰং ভালপোৱা সজাওঁ ৰামধেনু
খোজ দিয়া ... খোজে খোজে ৰওঁ ছায়া হৈ
বাটৰে লগ ল’লোঁ থাকিম শেষলৈ
সৰু ঘৰখনি হ’ব শুৱনি
তোমাৰে মোৰে মিলনৰে
ওঁঠৰে পাহিত এধানি হাঁহিৰ
নোহোৱা হ’ব যে বেদনা যে
লোৱা সাৱটি মোক বুকুতে ...
নেলাগে নিলিখোঁ কাহিনী
আধা মই আধা তুমি
প্ৰণয়ৰে এখিলা পাততে
আছোঁতো দুয়ো আমি ।
ৰং দিয়া মৰম ৰং ভালপোৱা সজাওঁ ৰামধেনু
জিলিকিছে এই জানা তিৰবিৰ তিৰবিৰ পোহৰ জীৱনৰ
তৰা হেঁপাহৰ জোন তুমি সোণ জোনাক জোনৰ জোনাক জোন জোনাক জোনৰ...
অ’ দুনয়নৰে এটোপাল পানী
উটি যাব যেন হেঁপাহ মোৰ
সাতো ৰঙেৰে তিৰবিৰ ৰঙে
ৰঙাব খোজোঁ হিয়া তোমাৰ
লোৱা দুবাহুৰে তোমাৰ আধাত
আঁজলী আঁজলী মোৰ আৱেগৰ
অময়া অময়া মোৰ মৰম
জিলমিলীয়া যৌৱনতো
তোমাকে ৰাখোঁ ।
ৰং দিয়া মৰম ৰং ভালপোৱা সজাওঁ ৰামধেনু
ৰং জীৱনৰে সুখ-দুখৰে সজাওঁ ৰামধেনু
এবুকু মৰমৰ বাহিৰে, মোৰ বুলিবলে আছে কিনো
মিঠা মিঠা সপোনে দিঠকক বুলাব জানো ?
ৰং দিয়া মৰম ৰং ভালপোৱা সজাওঁ ৰামধেনু।।
এবুকু মৰমৰ বাহিৰে, মোৰ বুলিবলে আছে কিনো
মিঠা মিঠা সপোনে দিঠকক বুলাব জানো ?
ৰং দিয়া মৰম ৰং ভালপোৱা সজাওঁ ৰামধেনু
খোজ দিয়া ... খোজে খোজে ৰওঁ ছায়া হৈ
বাটৰে লগ ল’লোঁ থাকিম শেষলৈ
সৰু ঘৰখনি হ’ব শুৱনি
তোমাৰে মোৰে মিলনৰে
ওঁঠৰে পাহিত এধানি হাঁহিৰ
নোহোৱা হ’ব যে বেদনা যে
লোৱা সাৱটি মোক বুকুতে ...
নেলাগে নিলিখোঁ কাহিনী
আধা মই আধা তুমি
প্ৰণয়ৰে এখিলা পাততে
আছোঁতো দুয়ো আমি ।
ৰং দিয়া মৰম ৰং ভালপোৱা সজাওঁ ৰামধেনু
জিলিকিছে এই জানা তিৰবিৰ তিৰবিৰ পোহৰ জীৱনৰ
তৰা হেঁপাহৰ জোন তুমি সোণ জোনাক জোনৰ জোনাক জোন জোনাক জোনৰ...
অ’ দুনয়নৰে এটোপাল পানী
উটি যাব যেন হেঁপাহ মোৰ
সাতো ৰঙেৰে তিৰবিৰ ৰঙে
ৰঙাব খোজোঁ হিয়া তোমাৰ
লোৱা দুবাহুৰে তোমাৰ আধাত
আঁজলী আঁজলী মোৰ আৱেগৰ
অময়া অময়া মোৰ মৰম
জিলমিলীয়া যৌৱনতো
তোমাকে ৰাখোঁ ।
ৰং দিয়া মৰম ৰং ভালপোৱা সজাওঁ ৰামধেনু
ৰং জীৱনৰে সুখ-দুখৰে সজাওঁ ৰামধেনু
এবুকু মৰমৰ বাহিৰে, মোৰ বুলিবলে আছে কিনো
মিঠা মিঠা সপোনে দিঠকক বুলাব জানো ?
ৰং দিয়া মৰম ৰং ভালপোৱা সজাওঁ ৰামধেনু।।
Watch the Video...
0 Comments