Modhuulogonor Lyrics in Assamese II মধুলগণৰ মধুক্ষণ II Deeplina Deka & Pranab Priyankush Baruah

 

Modhuulogonor Lyrics in Assamese II মধুলগণৰ মধুক্ষণ II Deeplina Deka & Pranab Priyankush Baruah

Song Details Singer : Deeplina Deka & Pranab Priyankush Baruah
Lyrics & Composition : Pranab Priyankush Baruah
Music : Pallab Talukdar
Mixed & Mastered by : Ibson Lal Baruah
Cast : Deeplina Deka & Pranab Priyankush Baruah
Director : Sachin Baruah
Label: Mystic Production House

মধুলগণৰ মধুক্ষণ

মধুলগণৰ মধুক্ষণ
মধুলগণৰ মধুক্ষণ
উগুল থুগুল মন আজি
তোমাতেই মগন
স’পিল’নি যতে তোমাৰ
তুমিয়েই জীৱন

তোমাৰে উশাহত
সিছিলো মোৰে জীৱন
তোমাৰে ক’পালত
ফাতিলো ৰঙা ফাগুন

মধুলগণৰ মধুক্ষণ
মধুলগণৰ মধুক্ষণ

Music………..

তোমাৰে মৰম’ক বুকুতে সামৰি
ৰাখিমে উৰে জীৱন
তোমাৰে সপোনক দুহাতে সাৱটি
ৰাখিমে উৰে জীৱন

হাতে হাতে ধৰি
আমি দুয়ো আগুৱাম
সুখে দুখে মিলি
দুয়ো দুয়ুকে ধিয়াম
এটি এটি প’ল হাঁহি হাঁহি উজলাম
হেপাহ’ৰে পজা আমি
প্ৰেমেৰে সজাম

তোমাৰে উশাহত
সিছিলো মোৰে জীৱন
তোমাৰে কপালত
ফাতিলো ৰঙা ফাগুন

মধুলগণৰ মধুক্ষণ
মধুলগণৰ মধুক্ষণ

উগুল থুগুল মন আজি
তোমাতেই মগন
স’পিল’নি যতে তোমাৰ
তুমিয়েই জীৱন 


Watch the Video...



Post a Comment

0 Comments