Ajiuje Nubuju Akuke (আজিও যে নুবুজো একোকে)
Title : Ajiuje Nubuju Akuke (আজিও যে নুবুজো একোকে)
Artist : Zubeen Garg (জুৱিন গাৰ্গ )
Assamese Version
আজিওযে নুবুজো একোকে
কাৰবাবে আছো যে ৰৈ
জানিছিলো তুমি মোৰ নোহোৱা
তথাপিতো ময় ৰ`ম
দূৰে দূৰে থাকিবা কিমান আৰু
জ্বলাই একুৰা জুই হৃদয়ত
নুবুজা কিয় বুজাব নোৱাৰা কথাবোৰ
প্ৰাণৰ ভাষাৰে ক`ৱ খোজা
দূৰে দূৰে
তোমাৰ নিলা
দুচকুতে দেখো নিতে ময়
আশাৰ ৰঙৰ ৰঙিন পোহাৰ
জোনৰ দৰে জ্বলি ৰ`ম তোমাৰ মন আকাশত
জোনাকৰ অমিয়া সুৰ বিলায়
জীৱন পথত কাহানিবা যদি হাৰো
দিবা প্ৰেৰণা মোক যুজিবলে
এন্ধাৰ পথত জ্বলি ৰ`ৱা তুমি চাকি হৈ
তেজৰ প্ৰভাতক আনিৱলে
প্ৰেমৰ হেনো নাথাকে কোনোন কালে সীমনা
তথাপি আমি যেন মেঘৰ আৰত
মোৰ উশাহত বাজি উঠে মাথো বেদনা
সুদূৰত আছে ৰৈ নিৰৱ তৃষা
একেদৰে থাকে যদি এই জীৱন
থাকিম তোমাৰেই মাজতে
এন্ধাৰ পথত জ্বলি ৰ`ম মই জুই হৈ
তোমাৰ মৰমৰ প্ৰেৰণাৰে, দূৰে দূৰে...
0 Comments