Title: Mon Hira Doi (মন হিৰা দৈ)
Artist:Neel Akash
Composition: Ujjal Arong
মন হিৰা দৈ lyrics
মন হিৰা দৈ
সাচি থোৱা বুকুৰ মৰম আছেনে মোলৈ
মন হিৰা দৈ
ভাৱনে তই মোৰে কথা আছুতিয়াকৈ
পগলা পগলা
মোকেনো কৰিলি
হেচুকি হেচুকি
বুকুতে সোমালি
মন হিৰা দৈ
তোকে এৰি আনৰ কথা নাহে মনলৈ
বৈ বৈ ফাগুণে
ৰৈ ৰৈ বিনালে
লৈ লৈ মৰমবোৰ মনতে মোৰ
তোলৈ এটোলা
চেনেহৰ টোপোলা
থৈ থৈ শুকাৱ মনতে মোৰ
পগলা পগলা
মোকেনো কৰিলি
হেচুকি হেচুকি
বুকুতে সোমালি
মন হিৰা দৈ
তোকে এৰি আনৰ কথা নাহে মনলৈ
কিয় ঘণে ঘণাই
বুকু মোৰে বিষায়
কিয় নিশা মোৰে উজাগৰে যায়
ৰাতিও নুপুৱাই
থাকো বাগৰ সলাই
তোৰেনো ভাৱনাই খুলি খুলি খায়
পগলা পগলা
মোকেনো কৰিলি
হেচুকি হেচুকি
বুকুতে সোমালি
মন হিৰা দৈ
তোকে এৰি আনৰ কথা নাহে মনলৈ
0 Comments