Song Title: Juddha (যুদ্ধ)
Singer : Prandeep
Lyrics : Sunit Gogoi
Lyrics of Juddha
মোৰ মনে কয় মোৰ হ'বি তই
মন ভৰা কৈ মৰম কৰিম মই
কয় মনে কয় মোৰ হ'বি তই
আহ কাষলৈ মৰম কৰিম মই
নাছি নাছি আহি নাছনী পখিলা
হাঁহি হাঁহি খালি বুকুৰে কলিজা
মইনাজান ভূলতো তই নাভাবিবি এৰি যাম
জান ঐ জান তই মোৰে জান
মই তোক নাপালে যাম মৰি যাম
যুদ্ধ হ'ব মৰমৰে
যুদ্ধ হ'ব যৌৱনৰে
যুদ্ধ হ'ব তয়াময়া
যুদ্ধ হ'ব দিয়া লোৱা
নাছি নাছি আহি নাছনী পখিলা
হাঁহি হাঁহি খালি বুকুৰে কলিজা
মইনাজান ভূলতো তই নাভাবিবি এৰি যাম
জান ঐ জান তই মোৰে জান
মই তোক নাপালে যাম মৰি যাম
জান ঐ
চাৰি ঐ পাছ
চয়গাওঁৰ ছোৱালী চুপতি নলবি
চেনি পুঠি মাছ
সাতেইনে আঠ
নগঞা নাছনি মুখতে মিছিৰি
বুকুত বহাই সাঁচ
নাছি নাছি আহি নাছনী পখিলা
হাঁহি হাঁহি খালি বুকুৰে কলিজা
মইনাজান ভূলতো তই নাভাবিবি এৰি যাম
জান ঐ জান তই মোৰে জান
মই তোক নাপালে যাম মৰি যাম
0 Comments