Kompito Madhav (কম্পিত মাধৱ)
শ্ৰেণী:বৰগীত
কথা:শ্ৰীশ্ৰী মাধৱদেৱ
ধ্ৰুং :
কম্পিত মাধৱ নয় ঝুৰাই।
কটি চাটি উডুখল বন্ধন পাই।।
পদ :
আৰকত কৰতল মাজিত লোৰে।
মন্দ ৰোদন কৰু নৱনিত চোফে।।
নৱনীত কন্যা স্যাম অঙ্গ বিৰাজে।
তাৰকগণ জছ গগণকু মাঝে।।১।।
জাহে চৰণ ৰেণু জোগি নপাই।
ভকতিক বলে তাকু বন্ধন পাই।।
কহয় মাধৱ দাস দিন সুন মাই।
ওহি জগত-গুৰু সুত কাঁহাঁ পাই ।।
0 Comments