Phul Kuworir Lyrics By Bishnu Prasad Rabha II ফুল কুঁৱৰীৰ ৰস চুমি লৈ

Phul Kuworir

Song: Phul Kuworir (ফুল কুঁৱৰীৰ)

Singer: Bishnu Prasad Rabha


Phul Kuworir Lyrics

ফুল কুঁৱৰীৰ ৰস চুমি লৈ
পলাই ভোমোৰা
মুখ ঢাকি তাই কান্দে লুকাই
আপোন পাহৰা ।

সেই ফুলকে বুটলি আনি
তিয়ালো চকুলো সানি
গাঁঠিলো ফুলৰ মালা
ৰসেৰে ভৰাই ।

সেই ফুলৰেই মালাধাৰি
ল’লো মোৰ ডিঙিতে আঁৰি
সেই স্মৃতিটি সুৱৰি মই
হ’লো বিভোৰা ।

Post a Comment

0 Comments