Unmadini Lyrics II উন্মাদিনী কাহিনী মোৰ II Ankit Das

 



Unmadini Song Details:


  • Song:     Unmadini

  • Singer(s):     Ankit Das

  • Musician(s):     POKETO

  • Written by:     Abhinava Nath

  • Label(©):     Anuranan Music

Unmadini Lyrics

উন্মাদিনী কাহিনী মোৰ
বুকুতে সাঁচি থলো চোৱানা
উদুলি মুদুলি মোৰে মন
ৰ’দালি তুমি মোৰে হোৱানা

সোণোৱালী কবিতা বোৰ
গোপনে সাজি থলো চোৱানা
অধীৰ অধীৰ এই জীৱনৰে প্ৰতিপূৱা


প্ৰেমৰ ৰাগী এই বেলাত
ভাৱনাতো তোমাৰ কথা
প্ৰেমৰ ৰাগী এই বেলাত
ভাৱনাতো তোমাৰ কথা

পলাশী হৈ জুৰুৱা ফাগুনৰে বতৰা
জেউতি হৈ আগছা সপোনৰে নীলিমা
পলাশী হৈ জুৰুৱা ফাগুনৰে বতৰা
জেউতি হৈ আগছা সপোনৰে নীলিমা

শুনাচোন শুনা এবাৰ আহি
চোৱাচোন চোৱা মৰম সানি
শুনাচোন শুনা এবাৰ আহি
চোৱাচোন চোৱা মৰম সানি

সেইবেলি পৰশা
মন আজি উন্মনা
প্ৰতিপলে নিগৰা সুৰ এটি
হিয়াতে ঠিকনা

সেইবেলি পৰশা
মন আজি উন্মনা
প্ৰতিপলে নিগৰা সুৰ এটি
হিয়াতে ঠিকনা

প্ৰেমৰ ৰাগী এই বেলাত
ভাৱনাতো তোমাৰ কথা
প্ৰেমৰ ৰাগী এই বেলাত
ভাৱনাতো তোমাৰ কথা

পলাশী হৈ জুৰুৱা ফাগুনৰে বতৰা
জেউতি হৈ আগছা সপোনৰে নীলিমা

 

 

WATCH THE VIDEO...


Post a Comment

0 Comments