Song Credits
An Assamese film by Jones Moholoiya
- Song: Moi Aaji Xongibihin
- Singer: Pulak Banerjee
- Album: দূৰণিৰ ৰং
- Music: Ajit Singha
- Lyrics: by Pulak Banerjee
Moi Aaji Xongibihin Lyrics
মই আজি সংগীবিহীন
উদাসীন ক্লান্ত পথিক
এই বিশাল পৃথিৱীত)²
অ’ সোঁৱৰণী নিদিবি আমনি
হাঁহি কান্দোনৰ কত যে খেলা
নালাগে নাচাওঁ আৰু
হেঙুলী সপোন ক’তে যে হেৰাল
নালাগে নিবিচাৰোঁ
(আশাৰে তৰি কত হেঁপাহেৰে)²
দিছিলো উটুৱাই
নিষ্ঠুৰ ধুমুহাই দিলেহি ডুবাই
মই আজি সংগীবিহীন
উদাসীন ক্লান্ত পথিক
এই বিশাল পৃথিৱীত
অ’ সোঁৱৰণী নিদিবি আমনি
(হেৰুৱা দিনৰে নিকৰুণ কাহিনী)²
নাহিবি মনলে মিছাতে আকৌ
হিয়া মোৰ দহিবলে
নাহিবি মনলে মিছাতে আকৌ
হিয়া দহিবলে
পাহৰণিয়ে মোক দিবহি জুৰণি
অ’ সোঁৱৰণী নিদিবি আমনি
মই আজি সংগীবিহীন
উদাসীন ক্লান্ত পথিক
এই বিশাল পৃথিৱীত
অ’ সোঁৱৰণী নিদিবি আমনি।
WATCH THE VIDEO...
0 Comments