Noga Sange Sange ll নগা চাঙে চাঙে ll Khagen Mahanta & Archana Mahanta

 


নগা চাঙে চাঙে
শ্ৰেণী : বিহু গীত
কণ্ঠ : খগেন মহন্ত , অৰ্চনা মহন্ত


নগা চাঙে চাঙে

নগা চাঙে চাঙে

বগাব, 

বগাব,

পাৰো ঐ বহনা, বহনা

যদি দিয়া মৰমৰ মাত 

নগা চাঙে চাঙে

বগাব, 

বগাব,

পাৰো ঐ বহনা, বহনা

যদি দিয়া মৰমৰ মাত

পৰ্বতে পৰ্বতে 

বগাব,

বগাব,

পাৰা ঐ লহঙা, লহঙা,

লতা বগোৱাহে টান ৷

পৰ্বতে পৰ্বতে 

বগাব,

বগাব,

পাৰা ঐ লহঙা, লহঙা,

লতা বগোৱাহে টান ৷


সৰগৰ তৰাটি

আনিব, 

আনিব,

পাৰো ঐ বহনা, বহনা,

তৰাৰে দেশলৈ গৈ ৷

সৰগৰ তৰাটি

আনিব, 

আনিব,

পাৰো ঐ বহনা, বহনা,

তৰাৰে দেশলৈ গৈ ৷


নগা চাঙে চাঙে,

বগাব, 

বগাব,

পাৰো ঐ বহনা, বহনা,

যদি দিয়া মৰমৰ মাত ৷


পৰ্বতে পৰ্বতে 

বগাব,

বগাব,

পাৰা ঐ লহঙা, লহঙা,

লতা বগোৱাহে টান ৷


Post a Comment

0 Comments