জিৰ জিৰ জিৰ জিৰ নিজৰি
জিৰ জিৰ জিৰ জিৰ নিজৰি
জিৰ জিৰ জিৰ নিজৰি অ’
জিৰ জিৰ জিৰ জিৰ নিজৰি
জিৰ জিৰ জিৰ জিৰ নিজৰি
জিৰ জিৰ জিৰ নিজৰি অ’
টুল বুল টুল বুল কৈ তাতে
টুল বুল টুল বুল কৈ
টুল বুল টুল বুল কৈ তাতে
টুল বুল টুল বুল কৈ
হালধীয়া সৰাপাতৰ নাওখনি
গৈ গৈ গৈ
আমাৰ মৰম এ ভৰা
লৈ লৈ লৈ ।
জিৰ জিৰ জিৰ জিৰ নিজৰি
জিৰ জিৰ জিৰ জিৰ নিজৰি
জিৰ জিৰ জিৰ নিজৰি অ’
জিৰ জিৰ জিৰ জিৰ নিজৰি
জিৰ জিৰ জিৰ জিৰ নিজৰি
জিৰ জিৰ জিৰ নিজৰি অ’
ভৈয়ামৰ ধাননি
বোলালে ঐ
সোণালী কৈ
ভৈয়ামৰ ধাননি
বোলালে ঐ
সোণালী কৈ
মৰমৰ বতৰা লৈ
মৰমৰ বতৰা লৈ
বৈ থাক বৈ থাক
ৰৈ ৰৈ ৰৈ
ৰৈ ৰৈ ৰৈ ।।
জিৰ জিৰ জিৰ জিৰ নিজৰি
জিৰ জিৰ জিৰ জিৰ নিজৰি
জিৰ জিৰ জিৰ নিজৰি অ’
জিৰ জিৰ জিৰ জিৰ নিজৰি
জিৰ জিৰ জিৰ জিৰ নিজৰি
জিৰ জিৰ জিৰ নিজৰি অ’ ll
0 Comments