Jauti Jugiya song lyrics in Assamese ll যাউতিযুগীয়া ধনে মোৰ অ’ ll Jyoti Sageet

Jauti Jugiya song lyrics in Assamese  ll যাউতিযুগীয়া ধনে মোৰ অ’ ll Jyoti Sageet

যাউতিযুগীয়া ধনে মোৰ অ’

যাউতিযুগীয়া ধন

যাউতিযুগীয়া ধনে মোৰ অ’

যাউতিযুগীয়া ধন

প্ৰাণতে দিলা মোক, মৰম কুমলীয়া

মনত সোঁৱৰণী সুৱদীয়া

বুকুত ভালে পোৱা অ’ মোৰ প্ৰাণৰ

যাউতিযুগীয়া ধনে মোৰ অ’

যাউতিযুগীয়া ধনে ।

স্মৃতিৰ ছবিখনি প্ৰণয় ফুটুকীয়া

কল্পনা পূৰাই দিলা মোক অ’

যাউতিযুগীয়া ধন

সুখ বিনন্দীয়া, মৰণতে বাকি

সৰগী সপোন টোপনীতে

গঢ়ি দিলা মোক অ’

সৰগী সপোন টোপনীতে

গঢ়ি দিলা মোক অ’

যাউতিযুগীয়া ধন

যাউতিযুগীয়া ধনে মোৰ অ’

যাউতিযুগীয়া ধন ।


বুজা-নুবুজাৰে হাঁহি কান্দোনৰে

জীৱনত পাতিলা মেলা মোৰ অ’

যাউতিযুগীয়া ধনে মোৰ অ’

বুজা-নুবুজাৰে হাঁহি কান্দোনৰে

জীৱনত পাতিলা মেলা মোৰ অ’

যাউতিযুগীয়া ধন

যাউতিযুগীয়া ধনে মোৰ অ’

যাউতিযুগীয়া ধন

প্ৰাণতে দিলা মোক, মৰম কুমলীয়া

মনত সোঁৱৰণী সুৱদীয়া

বুকুত ভালে পোৱা অ’ মোৰ প্ৰাণৰ

যাউতিযুগীয়া ধনে মোৰ অ’

যাউতিযুগীয়া ধন

যাউতিযুগীয়া ধন

যাউতিযুগীয়া ধন ।।




Post a Comment

0 Comments