Buwa buwa lyrics in Assamese ll বোৱা বোৱা ll Jyoti Sangeet

Buwa buwa lyrics in Assamese ll বোৱা বোৱা ll Jyoti Sangeet

শ্ৰেণী : জ্যোতি সংগীত

কণ্ঠ : পংকজ বৰদলৈ

সুৰ : জ্যোতিপ্ৰসাদ আগৰৱালা

কথা : জ্যোতিপ্ৰসাদ আগৰৱালা




বোৱা বোৱা

বোৱা বোৱা

বোৱা বোৱা দক্ষিণ মলয়া

তটিনী গোৱা

বোৱা বোৱা

সমীৰণে আহি পৰাণ জুৰালে

সমীৰণে আহি পৰাণ জুৰালে

আ...হা

বোৱা বোৱা

বোৱা বোৱা দক্ষিণ মলয়া

তটিনী গোৱা

বোৱা বোৱা ।

কোন নন্দনত পাৰিজাত ফুলে

বিলাই সুৰভি বিয়াকুল কৰে

কোন নন্দনত পাৰিজাত ফুলে

বিলাই সুৰভি বিয়াকুল কৰে

কোন তটিনী বয়

কুলু কুলু কুলু

কুলু কুলু কুলু

কুলু কুলু কুলু কৈ

নিজৰি নিজৰি নিজৰি নিজৰি

কোন সুৰে গান গাই

বোৱা বোৱা

বোৱা বোৱা দক্ষিণ মলয়া

তটিনী গোৱা

বোৱা বোৱা ।


প্ৰাণ মতলীয়া কৰা আলসুৱা

প্ৰাণ মতলীয়া কৰা আলসুৱা

ই কিনো মায়া

ই কিনো মায়া

ই কিনো ই কিনো

ই কিনো মায়া

ই কিনো ই কিনো

ই কিনো মায়া

ই কিনো ই কিনো

ই কিনো মায়া

ই কিনো ই কিনো

ই কিনো মায়া

ই কিনো ই কিনো

ই কিনো মায়া


বোৱা বোৱা

বোৱা বোৱা দক্ষিণ মলয়া

তটিনী গোৱা

বোৱা বোৱা

সমীৰণে আহি পৰাণ জুৰালে

সমীৰণে আহি পৰাণ জুৰালে

আ...হা

বোৱা বোৱা

বোৱা বোৱা দক্ষিণ মলয়া

তটিনী গোৱা

বোৱা বোৱা

বোৱা বোৱা

বোৱা বোৱা ।।


Post a Comment

0 Comments