অভিমানী বুকুতে আজি
সোনাৰোয়ে হাহিলে আহি
পশ্চিমীয়া আকাশতে মোৰ
মন উমলে
আছোতীয়া সপোনৰে পাহিত
গোলাপৰে ৰং বোৰে আহি
নিলিম দুচকুতে মোৰ
চানেকি তোলে
সূৰুজ মুখি তোমাৰ হাহীত
প্ৰনয় বানী
নিগৰী আহে বুকুলে
কাচিয়্লী
অ ৰং বোৰে বাৰে বাৰে
ফাগুন সানে
মোৰ বুকুতে সঘনাই
ধৌ তুলে
হেঁপাহৰে জোন হৈ নামি আহি
অনুভুতিবোৰ চুই গলাহি
অচীনা চিনাকী তুমি
বুকুতে আহি ৰ’লাহি
এমুঠি আবিৰ তুমি সানিলাহী
অ’ মৰমৰে মোৰ এনাজৰী
বান্ধী ল’লো বুকুতে আজি
মায়াবী তোমাৰে হাহী
সপোন ৰঙিন কৰি
সোনাৰোয়ে হাহিলে আহি
পশ্চিমীয়া আকাশতে মোৰ
মন উমলে
আছোতীয়া সপোনৰে পাহিত
গোলাপৰে ৰং বোৰে আহি
নিলিম দুচকুতে মোৰ
চানেকি তোলে
সূৰুজ মুখি তোমাৰ হাহীত
প্ৰনয় বানী
নিগৰী আহে বুকুলে
কাচিয়্লী
অ ৰং বোৰে বাৰে বাৰে
ফাগুন সানে
মোৰ বুকুতে সঘনাই
ধৌ তুলে
হেঁপাহৰে জোন হৈ নামি আহি
অনুভুতিবোৰ চুই গলাহি
অচীনা চিনাকী তুমি
বুকুতে আহি ৰ’লাহি
এমুঠি আবিৰ তুমি সানিলাহী
অ’ মৰমৰে মোৰ এনাজৰী
বান্ধী ল’লো বুকুতে আজি
মায়াবী তোমাৰে হাহী
সপোন ৰঙিন কৰি
নিয়ৰৰ কোলাতে নামিলাহী
ৰং বোৰে বাৰে বাৰে
ফাগুন সানে
মোৰ বুকুতে সঘনাই
ধৌ তুলে
অভিমানি বুকুতে আজি
সোনাৰো হাহিলে আজি
পশ্চিমীয়া আকাশতে মোৰ
মন উমলে
Abhimani song Lyrics in English
Obhimani bukute aji
Xunarue hahile ahi
Posimiya aakaxote mur
Mon umole
Asutiya xopunore pahit
Gulapore rong bure ahi
Nilim dusokute mur
Saneki tule
Xurujmukhi tumar hahit
Pronoy baani
Nigori ahe bukule
Kasiyoli
O Rongbure bare bare
Fagun xaane
Mur bukute xoghone
Dhou tule
Hepahore Jun hoi nami ahi
Onubhutibur sui golahi
Osina sinaki Tumi
Bukute ahi rolahi
Emuthi Abir Tumi xanilahi
O Moromore mur enajori
Bandhi lolu bukute aji
Mayabi tumare haahi
Xopun rongin Kori
Niyoror kulate namilahi
Rongbure bare bare
Fagun xaane
Mur bukute xoghone
Dhou tule
Obhimani bukute aji
Xunarue hahile ahi
Posimiya aakaxote mur
Mon umole
ৰং বোৰে বাৰে বাৰে
ফাগুন সানে
মোৰ বুকুতে সঘনাই
ধৌ তুলে
অভিমানি বুকুতে আজি
সোনাৰো হাহিলে আজি
পশ্চিমীয়া আকাশতে মোৰ
মন উমলে
Abhimani song Lyrics in English
Obhimani bukute aji
Xunarue hahile ahi
Posimiya aakaxote mur
Mon umole
Asutiya xopunore pahit
Gulapore rong bure ahi
Nilim dusokute mur
Saneki tule
Xurujmukhi tumar hahit
Pronoy baani
Nigori ahe bukule
Kasiyoli
O Rongbure bare bare
Fagun xaane
Mur bukute xoghone
Dhou tule
Hepahore Jun hoi nami ahi
Onubhutibur sui golahi
Osina sinaki Tumi
Bukute ahi rolahi
Emuthi Abir Tumi xanilahi
O Moromore mur enajori
Bandhi lolu bukute aji
Mayabi tumare haahi
Xopun rongin Kori
Niyoror kulate namilahi
Rongbure bare bare
Fagun xaane
Mur bukute xoghone
Dhou tule
Obhimani bukute aji
Xunarue hahile ahi
Posimiya aakaxote mur
Mon umole
watch the video...
0 Comments