Tez Dila, Pran Dila lyrics in Assamese II তেজ দিলা, প্ৰাণ দিলা II Dr. Bhupen Hazarika

 

Song: Tez dila, Pran dila
Singer: Dr. Bhupen Hazarika

তেজ দিলা, প্ৰাণ দিলা 

তেজ দিলা, প্ৰাণ দিলা
ত্যাগ দিলা ডেকা বন্ধু
পুনু আহিবা, আহি যুঁজিবা
যুঁজি জিকিবাই ডেকা বন্ধু।

তেজ দিলাঁ, প্ৰাণ দিলা,
ত্যাগ দিলাঁ, ডেকা বন্ধু
পুনু আহিবা, আহি যুঁজিবা
যুঁজি জিকিবাই ডেকা বন্ধু ।।

বেলি উঠিব, জোন থাকিব
আশা-ৰশ্মিৰ ৰেখা জ্বলিব
বেলি উঠিব, জোন থাকিব
আশা ৰশ্মিৰ ৰেখা জ্বলিব
তোমাৰেই গুণ গান
পুনু শুনিবাই ডেকাবন্ধু ।।
তেজ দিলা, প্ৰাণ দিলা
ত্যাগ দিলা ডেকা বন্ধু ।।
পুনু আহিবা, আহি যুঁজিবা
যুঁজি জিকিবাই ডেকা বন্ধু ।।

সৌৱা সমদল, ভাঙে হিলদল
সমৰোল কোলাহল, ৰক্তিম উজ্জ্বল
সৌৱা সমদল, ভাঙে হিলদল
সমৰোল কোলাহল, ৰক্তিম উজ্জ্বল ।

লুইত থাকিব, পণ থাকিব
গণ-তৰণীও নিতে চলিব
লুইত থাকিব, পণ থাকিব
গণতৰণীও নিতে চলিব
সমূহৰ কালিৰ বাবে
আজিক দিলা বন্ধু ।।
তেজ দিলা, প্ৰাণ দিলা
ত্যাগ দিলা ডেকা বন্ধু
পুনু আহিবা, আহি যুঁজিবা
যুঁজি জিকিবাই ডেকা বন্ধু।

তেজ দিলাঁ, প্ৰাণ দিলা,
ত্যাগ দিলাঁ, ডেকা বন্ধু
পুনু আহিবা, আহি যুঁজিবা
যুঁজি জিকিবাই ডেকা বন্ধু ।।

বেলি উঠিব, জোন থাকিব
আশা-ৰশ্মিৰ ৰেখা জ্বলিব
বেলি উঠিব, জোন থাকিব
আশা ৰশ্মিৰ ৰেখা জ্বলিব
তোমাৰেই গুণ গান
পুনু শুনিবাই ডেকাবন্ধু ।।
তেজ দিলা, প্ৰাণ দিলা
ত্যাগ দিলা ডেকা বন্ধু ।।
পুনু আহিবা, আহি যুঁজিবা
যুঁজি জিকিবাই ডেকা বন্ধু ।।
সৌৱা সমদল, ভাঙে হিলদল
সমৰোল কোলাহল, ৰক্তিম উজ্জ্বল
সৌৱা সমদল, ভাঙে হিলদল
সমৰোল কোলাহল, ৰক্তিম উজ্জ্বল ।

লুইত থাকিব, পণ থাকিব
গণ-তৰণীও নিতে চলিব
লুইত থাকিব, পণ থাকিব
গণতৰণীও নিতে চলিব
সমূহৰ কালিৰ বাবে
আজিক দিলা বন্ধু ।।
তেজ দিলা, প্ৰাণ দিলা
ত্যাগ দিলা ডেকা বন্ধু
পুনু আহিবা, আহি যুঁজিবা
যুঁজি জিকিবাই ডেকা বন্ধু।

তেজ দিলা, প্ৰাণ দিলা
ত্যাগ দিলা ডেকা বন্ধু........

Post a Comment

0 Comments