Bogakoi dhuniya song lyrics in assamese ll বগাকৈ ধুনীয়া দেখি মৰম লগা ll Mitali Choudhary

 


এলবাম : মিতালীৰ সোনমণি

কণ্ঠ : মিতালী চৌধুৰী

সংগীত : মানস ৰবীন

সুৰ : মানস ৰবীন

কথা : মানস ৰবীন

বগাকৈ ধুনীয়া দেখি মৰম লগা

অ' সোণ মণি পাহৰি নাজাবা দেই 

বগাকৈ ধুনীয়া দেখি মৰম লগা

পাহুৱাল ডেকাটি 

দেখি প্রেমত পৰা 

বুলি নাভাবিবা 

তেনে নহয় আমি

তুমি মোৰে সোণ

মোৰে সোণ মণি

অ' জান ঐ

নাজাবা মোকে পাহৰি 

মইনাজান ঐ

নাজাবা মোকে পাহৰি 

বগাকৈ ধুনীয়া দেখি মৰম লগা

পাহুৱাল ডেকাটি 

দেখি প্রেমত পৰা 

বুলি নাভাবিবা 

তেনে নহয় আমি

তুমি মোৰে সোণ

মোৰে সোণ মণি

অ' জান ঐ

নাজাবা মোকে পাহৰি 

মইনাজান ঐ

নাজাবা মোকে পাহৰি 



বোৱা কটা ৰোৱা তুলা

সকলো জানো মই 

চাকাৰীয়াল নহলেও

চলিব পাৰিম মই 

অ' দেহা অ' 

যদিওঁ নাই তোমাৰ চাকৰি 

যোৱা নাই মই 

তোমাকে পাহৰি 

যদিওঁ নাই তোমাৰ চাকৰি 

যোৱা নাই মই 

তোমাকে পাহৰি 



প্রথম ভালে পোৱা 

কেনেকৈ পাহৰো

দেহে মনে জানা

তোমাকেই বিচাৰোঁ 

অ ' দেহা ঐ

ৰাতি ৰাতি টোপনি খতি

সপোনতে তোমাকে বিচাৰি 

ৰাতি ৰাতি টোপনি খতি

সপোনতে তোমাকে বিচাৰি 

মৰহা ফুল বুলি

তুমি তানি দিলা

আকৌ ফুলিবলে'

ভাগি যোৱা হিয়া

আকৌ তুমি জোৰা দিলা

আকৌ হাঁহিবলে

আজি কিয় সোণ 

পাহৰিব খোজা

এই কথা দুয়ো দুয়োকে দিয়া

মইনাজান ঐ

দুয়ো দুয়োকে দিয়া


বগাকৈ ধুনীয়া দেখি মৰম লগা

পাহুৱাল ডেকাটি 

দেখি প্রেমত পৰা 

বুলি নাভাবিবা 

তেনে নহয় আমি

তুমি মোৰে সোণ

মোৰে সোণ মণি

অ' জান ঐ

নাজাবা মোকে পাহৰি 

মইনাজান ঐ

নাজাবা মোকে পাহৰি 

মইনাজান ঐ

নাজাবা মোকে পাহৰি 

মইনাজান ঐ

হুমম নাযাওঁ মই তোকে পাহৰি

দেহাজান ঐ

নাযাওঁ মই তোকে পাহৰি

হা মইনাজান ঐ

নাযাওঁ মই তোকে পাহৰি



Post a Comment

0 Comments