Song Name: হাতে হাত ধৰি আজি Haate Haat dhori Aji
Singer: Papon
Lyrics: Mukunda Saikia
Director: Bedant
Actor: Arun Nath, Audrey Hatibarua
Music Director: Hapun Saikia
বার্তালাব কিনু কৰো
নোকোৱা কৈইয়ে বুজো
জীবনৰ আবেলি বুকুতেই বান্ধি
আৱেগৰ টোপোলাবোৰ...
ভাগৰি পৰিলে খামুচি ধৰিম
আজিও দেখোঁ আমি নতুন...
হাতে হাত ধৰি আজি
বহুদুৰ আহি পালো
বার্তালাব কিনু কৰো
নোকোৱা কৈইয়ে বুজো
চাওঁ তোমাক আজিও যদি
পৃথিৱী বিচাৰী পাও...
বৈ আছা নদীৰ দৰে
মই যেন এখনি নাওঁ..
হৈ পোহাৰ কাঁচিয়ালি
আকোৱালি লোয়া দুবাহুত
কি পালো কি হৰুৱালোঁ
তুমি আছা যি সেয়াই বহুত...
তুমি মই লিখো কাহিনী
সময়ৰ ফুল বুটলি
প্ৰজাপতি তাতে বৰণিয়া...
সাৰে আছে আজি নিশাটি
প্ৰণয়ৰে শুনি ৰাগিনী
নাহিবি হৈ পুৱতি হেঙুলিয়া...
হাতে হাত ধৰি আজি
বহুদুৰ আহি পালো
বার্তালাব কিনু কৰো
নোকোৱা কৈইয়ে বুজো
Hate Haat Dhori Aji (হাতে হাত ধৰি আজি)
হাতে হাত ধৰি আজি
বার্তালাব কিনু কৰো
নোকোৱা কৈইয়ে বুজো
জীবনৰ আবেলি বুকুতেই বান্ধি
আৱেগৰ টোপোলাবোৰ...
ভাগৰি পৰিলে খামুচি ধৰিম
আজিও দেখোঁ আমি নতুন...
হাতে হাত ধৰি আজি
বহুদুৰ আহি পালো
বার্তালাব কিনু কৰো
নোকোৱা কৈইয়ে বুজো
চাওঁ তোমাক আজিও যদি
পৃথিৱী বিচাৰী পাও...
বৈ আছা নদীৰ দৰে
মই যেন এখনি নাওঁ..
হৈ পোহাৰ কাঁচিয়ালি
আকোৱালি লোয়া দুবাহুত
কি পালো কি হৰুৱালোঁ
তুমি আছা যি সেয়াই বহুত...
তুমি মই লিখো কাহিনী
সময়ৰ ফুল বুটলি
প্ৰজাপতি তাতে বৰণিয়া...
সাৰে আছে আজি নিশাটি
প্ৰণয়ৰে শুনি ৰাগিনী
নাহিবি হৈ পুৱতি হেঙুলিয়া...
হাতে হাত ধৰি আজি
বহুদুৰ আহি পালো
বার্তালাব কিনু কৰো
নোকোৱা কৈইয়ে বুজো
Watch the Video...
0 Comments