Tomar Kotha Lyrics in Assamese II তোমাৰ কথা II Angarag Mahanta

 

Tomar Kotha Lyrics in Assamese II তোমাৰ কথা II Angarag Mahanta

 

Title: তোমাৰ কথা ভাৱিলেই জানা

Artist: অংগৰাগ মহন্ত

Lyrics

 তোমাৰ কথা ভাবিলেই জানা
জোনাক উপচি পৰে
বুকুৰ সিপাৰে এহেজাৰ গোলাপে
ৰঙা ৰঙা কলি মেলে
ছায়া হৈ অহা এবাৰ কাষৰলে
দিঠকত নালাগে আহিবলে
সপোনত অহা এবাৰ কাষৰলে

তোমাৰ কথা ভাবিলেই জানা
জোনাক উপচি পৰে
বুকুৰ সিপাৰে এহেজাৰ গোলাপে
ৰঙা ৰঙা কলি মেলে

এটি বেলি ফুটে
কানে কানে মোক কলে
তুমি মই একেটি হোৱাৰে
সেই বেলি ফুটে
উৰে নিশা মোক আহি

জুৰুলা জুৰুলা কৰিলে..

ছায়া হৈ অহা এবাৰ কাষৰলে
দিঠকত নালাগে আহিবলে
সপোনত অহা এবাৰ কাষৰলে

তোমাৰ কথা ভাবিলেই জানা
জোনাক উপচি পৰে
বুকুৰ সিপাৰে এহেজাৰ গোলাপে
ৰঙা ৰঙা কলি মেলে

আজি কাঁচি জোনে
গুপুতে আহি মোক চুলে
এন্ধাৰত টোপনি ভাঙিলে
তৰা ফুলা ৰাতি
 তোমাক বাছি বাছি কলে
তুমি মই কতো নাই নোহোৱাৰে..

ছায়া হৈ অহা এবাৰ কাষৰলে
দিঠকত নালাগে আহিবলে
সপোনত অহা এবাৰ কাষৰলে
তোমাৰ কথা ভাবিলেই জানা
জোনাক উপচি পৰে
বুকুৰ সিপাৰে এহেজাৰ গোলাপে
ৰঙা ৰঙা কলি মেলে
 
Watch Video...

 


Post a Comment

0 Comments