Bondhu Lyrics in Assamese II বন্ধু মেলিদে তোৰ দুখৰ দুখনি হাত II Assamese Song


Bondhu Lyrics in Assamese II বন্ধু মেলিদে তোৰ দুখৰ দুখনি হাত II Assamese Song
বন্ধু মেলিদে তোৰ দুখৰ দুখনি হাত


ASSAMESE VERSION

বন্ধু মেলিদে তোৰ
দুখৰ দুখনি হাত
এবাৰ জিৰাও তোৰ বুকুৰ শিতল ছাঁত..বন্ধু
বন্ধু মেলিদে তোৰ
দুখৰ দুখনি হাত
এবাৰ জিৰাও তোৰ বুকুৰ শিতল ছাঁত..বন্ধু

লাহি পাখিৰ বেলি আহি লহিয়াই
শুনো কি নুশুনো উৰণিয়া মাত
মোৰ হাৱিয়াস নপলায়
লাহি পাখিৰ বেলি আহি লহিয়াই
শুনো কি নুশুনো উৰণিয়া মাত
মোৰ হাৱিয়াস নপলায়
বন্ধু মেলিদে তোৰ
দুখৰ দুখনি হাত
এবাৰ জিৰাও তোৰ বুকুৰ শিতল ছাঁত..বন্ধু

হাবিৰ চৰাই হাবিয়েদি উৰি যায়
নেদেখিলে সেই চৰাইৰে জাক
মোৰ হাৱিয়াস নপলায়
হাবিৰ চৰাই হাবিয়েদি উৰি যায়
নেদেখিলে সেই চৰাইৰে জাক
মোৰ হাৱিয়াস নপলায়
বন্ধু মেলিদে তোৰ
দুখৰ দুখনি হাত
এবাৰ জিৰাও তোৰ বুকুৰ শিতল ছাঁত..বন্ধু
বন্ধু...বন্ধু...বন্ধু

English Version

Bondhu meli de tur
dukhor dukhoni haat
Ebar jirau tur bukur sitol saat..bondhu
Bondhu meli de tur
dukhor dukhoni haat
Ebar jirau tur bukur sitol saat..bondhu
Bondhu...bondhu....

Music....

Lahi pakhir beli ahi lohiai
Hunu ki nuhunu uronia maat
Mur haabiah nopolai...
Lahi pakhir beli ahi lohiai
Hunu ki nuhunu uronia maat
Mur haabiah nopolai..
Bondhu meli de tur
dukhor dukhoni haat
Ebar jirau tur bukur sitol saat..bondhu

Music...

Habir sorai habiye di urijay
Nedekhile hei soraire jaak
Mur haabiah nopolai..
Habir sorai habiye di urijay
Nedekhile hei soraire jaak
Mur haabiah nopolai..
Bondhu meli de tur
dukhor dukhoni haat
Ebar jirau tur bukur sitol saat..bondhu
Bondhu...bondhu... bondhu...

Watch the video...

Post a Comment

0 Comments