পৰজনমৰ শুভ লগনত (Parajanamor Shubha Laganot)
Assamese Versionপৰজনমৰ শুভ লগনতযদিহে আমাৰ হয় দেখাপূৰাৱানে প্ৰিয়ে এই জনমৰমোৰ হিয়াৰ অপূৰ্ণ আশা?পৰজনমৰ শুভ লগনতএই জনমৰ কুসুম মালাযতনে তুমি গাঁঠি ৰাখিলাকাহানিও তুমি নিপিন্ধালাশুণ্য মোৰ বুকু হ'ল যে উকাপূৰাৱানে প্ৰিয়ে এই জনমৰ
মোৰ হিয়াৰ অপূৰ্ণ আশা?
পৰজনমৰ শুভ লগনত
এই জীৱনৰ আঁউসী ৰাতি
চকুলো টুকি যায় যে কাটি
কাহানিও সুৰৰ ৰূপহী জোনাই
হৃদয়তে জিলিকণি নিবিলায়
এই জনমৰ গোপন কথা
গুপূতে থাকি দিয়ে যে ব্যাথা
কাহানিও তুমি নেদেখিলা
শোকৰে ছবিটি হিয়াতে অঁকা
English Version
Parajanamar Shubha Laganat
Jodihe Aamar Hoi Dekha
Purabane Priye Ai Jonomor
Mur Hiyar Opurna Asha
Parajanamar Shubha Laganat
Ai Jonomor Kushum Mala
Jotone Tumi Gathi Rakhila
Kahaniu Tumi Nipindhala
Suinyo Mur Buku Hol Je Uka
Purabane Priye Ai Jonomor
Mur Hiyar Opurna Asha
Paranamar Shubha Laganot
Ai Jibonor Aoshi Rati
Sakulu Tuki Jai je Kati
Kahaniu shuror Rupohi Junai
Hridoyote Zilikoni Nibilay
Ai Janamar Gupan Kotha
Gupute Thaki Diye Je Bhyatha
Kahaniu Tumi Nedekhila
Sukore Sabiti Hiyate Aka
Watch This Video....
0 Comments