Dhire Dhire Herai Jai Abelire Rodali Lyrics (ধিৰে ধিৰে হেৰাই যায় আৱেলিৰে ৰ'দালি)
Title:Dhire Dhire Dhire Herai Jai Abelir Rodali(ধিৰে ধিৰে হেৰাই যায় আৱেলিৰ ৰ'দালি)
Artist: Zubeen Garg (জুৱিন গাৰ্গ)
Assamese Version
আবেলিৰে ৰ'দালিধিৰে ধিৰে হেৰাই যায়আবেলিৰ ৰ'দালিধিৰে ধিৰে হেৰাই যায়আবেলিৰ ৰ'দালিধিৰে ধিৰে ধিমিকি জ্বলেশেৱালি যেন তৰালিচাব খুজিও নেদেখো মইক'তে বা আছা অ' লগৰ তুমিধিৰে ধিৰেহেৰাই যায়আবেলিৰ এই ৰ'দালিধিৰে ধিৰেধিমিকি জ্বলেশেৱালি যেন তৰালিমিঠা মিঠাগীত হৈ ৰোৱাপাৰ হোৱা অতিতক মনত কৰোতোমাৰ সতে একেলগেচাই ৰোৱা তৰাটিক বিচাৰোঁমিঠা মিঠাগীত হৈ ৰোৱাপাৰ হোৱা অতিতক মনত কৰোতোমাৰ সতে একেলগেচাই ৰোৱা তৰাটিক বিচাৰোডাৱৰৰ ফাঁকে ফাঁকেধিৰে ধিৰেহেৰাই যায়আবেলিৰ এই ৰ'দালিধিৰে ধিৰেধিমিকি জ্বলেশেৱালি যেন তৰালিমোৰ উকা মন দাপোনতআখৰে আখৰেলিখোঁনে তোমাক আজিমোৰ প্ৰিয় গুণগুণনিতউশাহে নিশাহে ৰাখোনেতোমাক আজিক'বানে কানে কানেধিৰে ধিৰেহেৰাই যায়আবেলিৰ এই ৰ'দালিধিৰে ধিৰেধিমিকি জ্বলেশেৱালি যেন তৰালিচাব খুজিও নেদেখো মইক'তে বা আছা অ' লগৰ তুমি।English VersionAbelire RodaliDhire Dhire Herai JaiAbelir RodaliDhire Dhire Herai JaiAbelire RodaliDhire Dhire Dhimiki JoleHewali Jen ToraliSabo Khujiu Nedekhu MoiKoteba Asa O Logor TumiDhire Dhire Herai JaiAbelire RodaliDhire Dhire Dhimiki JoleHewali Jen ToraliMitha Mitha Geet Hoi RuwaPar Hua Atitok Monot KoruTumar Hote Akeloge Sai RuwaToratik BisaruMitha Mitha Geet Hoi RuwaPar Hua Atitok Monot KoruTumar Hote Akeloge Sai RuwaToratik BisaruDaworor Phake PhakeDhire Dhire Herai JaiAbelire RodaliDhire Dhire Dhimiki JoleHerali Jen ToraliMur Uka Mon DapunotAkhore AkhoreLikhune Tumak AjiMur Priya Gun-gunonitUshahe NishaheRakhune Tumak AjiDaworor Phake PhakeDhire Dhire Herai JaiAbelire RodaliDhire Dhire Dhimiki JoleHerali Jen ToraliSabo Khujiu Nedekhu MoiKoteba Asa O Logor Tumi
Watch the Video.....
0 Comments