এতিয়া হিয়া মোৰ বৰষে তোমালে
তিন তিনাক তিন তিন তাৰা
তিনাক তিন তিন তিন তাৰা.....
তিন তিনাক তিন তিন তাৰা
তিনাক তিন তিন তিন তাৰা.....
এতিয়া হিয়া মোৰ
বৰষে তোমালে
এতিয়া বুকু মোৰ
উলাহে নধৰে
মনৰে ঠিকনা
চকুতে চকু থয়
বোৱালা কামনা
এতিয়া হিয়া মোৰ
বৰষে তোমালে
এতিয়া বুকু মোৰ
উলাহে নধৰে......
তোমাকে সামৰে)-২X
উলাহে নধৰে.....
(তুুমি সোন বুকুৰে
তুমি সুনিতৰে
তুমি সপোনৰে
তুমি দিঠকৰে)-২X
এতিয়া হিয়া মোৰ
বৰষে তোমালে
এতিয়া বুকু মোৰ
উলাহে নধৰে.....
উঠে উঠে দিলা কিনো
মনৰে ঠিকনা
চকুতে চকু থয়
বোৱালা কামনা
বোৱালা কামনা
এতিয়া হিয়া মোৰ
বৰষে তোমালে
এতিয়া বুকু মোৰ
উলাহে নধৰে......
(বুকুৰে ভিতৰে
মৰমে নিগৰে
তোমাকে সামৰে)-২X
ধৌ খেলা চুলিৰে
সৰতৰ লুকা-ভাকু
মিছিকিয়া হাঁহিৰে যেন
সিপাৰ ইপাৰ বুকু
এতিয়া হিয়া মোৰ
বৰষে তোমালে
উলাহে নধৰে.....
(তুুমি সোন বুকুৰে
তুমি সুনিতৰে
তুমি সপোনৰে
তুমি দিঠকৰে)-২X
নীলা নীলা চকুজুৰিত
আন্ধাৰে কথা ক'লে
আলফুল দুবাহুত আকৌ
এতিয়া হিয়া মোৰ
বৰষে তোমালে
এতিয়া বুকু মোৰ
উলাহে নধৰে.....
উঠে উঠে দিলা কিনো
মনৰে ঠিকনা
চকুতে চকু থয়
বোৱালা কামনা
watch the video...
0 Comments