Janam janam Lyrics in Assamese II জনম জনম তোমাৰে হৈ ৰম II Zubeen Garg & Priyanka Bharali

 

Janam janam Lyrics in Assamese II জনম জনম তোমাৰে হৈ ৰম II Zubeen Garg & Priyanka Bharali

Title: Janam Janam Tumare Hoi Rom
Artist: Zubeen Garg & Priyanka Bharali

Lyrics in Assamese

জনম জনম তোমাৰে হৈ ৰম
কচম কচম তোমাৰেই কচম
জনম জনম তোমাৰে হৈ ৰম
কচম কচম তোমাৰেই কচম

যুগে যুগে বৈ যাব প্ৰেমৰ নদী
পৃথিবী হৈ ৰব আমাৰ সাক্ষী

জনম জনম তোমাৰে হৈ ৰম
কচম কচম তোমাৰেই কচম
জনম জনম তোমাৰে হৈ ৰম
কচম কচম তোমাৰেই কচম


পাহাৰে ভৈয়ামে গাব
আমাৰ প্ৰেমৰ
আকাশে বতাহে নাছিব
সেই সুৰত
পাহাৰে ভৈয়ামে গাব
 আমাৰ প্ৰেমৰ
আকাশে বতাহে নাছিব
সেই সুৰত..


যুগে যুগে বৈ যাব প্ৰেমৰ নদী
পৃথিবী হৈ ৰব আমাৰ সাক্ষী

জনম জনম তোমাৰে হৈ ৰম
কচম কচম তোমাৰেই কচম
জনম জনম তোমাৰে হৈ ৰম
কচম কচম তোমাৰেই কচম

জোন তৰা হৈ জিলিকিব
মৰম আমাৰ
প্ৰকৃতিৰ কৈ যাব
মিলন হিয়াৰ


জোন তৰা হৈ জিলিকিব
মৰম আমাৰ
প্ৰকৃতিৰ কৈ যাব
মিলন হিয়াৰ


যুগে যুগে বৈ যাব প্ৰেমৰ নদী
পৃথিবী হৈ ৰব আমাৰ সাক্ষী
জনম জনম তোমাৰে হৈ ৰম
কচম কচম তোমাৰেই কচম
জনম জনম তোমাৰে হৈ ৰম
কচম কচম তোমাৰেই কচম

Watch the video





Post a Comment

0 Comments