কি হ`ৱ এই জীৱন তুমি নহ`লে
কি হব এই জীৱন তুমি নহলে
কাৰ বাবে ৰচিব সপোন
কি ৰব মোৰ বাবে তুমি নহলে
কোন হব এই বুকুৰ আপোন
ৰং বিহীন হৈ ৰৱ আশাবোৰ হীয়াৰে
অৰ্থহীন লগে সকলো
কাৰ বাবে ৰচিব সপোন
নাৰে নাৰে নেৰে নাৰে
নেৰে নেৰে নে নে
নাৰে নাৰে নেৰে নাৰে
নে ৰা নে না
উদাষ উদাষ লাগে তুমি নহলে
ৰিঙা উছা বুকুত তুমি নহলে
ইমান কাতৰ লাগে তুমি নহলে
কোনে বুজিব
সঁচা এই আবেগ
চৌপাশে মোৰ
তোমাৰ আবেগ
কি হব এই জীৱন তুমি নহলে
কি ৰব মোৰ বাবে তুমি নহলে
কোন হব এই বুকুৰ আপোন
নাৰে নাৰে নেৰে নাৰে
নেৰে নেৰে নে নে
নাৰে নাৰে নেৰে নাৰে
নে ৰা নে না
জীয়াই থাকিম কিদৰে তুমি নহলে
কোনে দিব মৰম তুমি নহলে
ভাল পোৱা বুকুৰে হেৰাব তুমি নহলে
শুকাই যাব মৰম তুমি নহলে
কোনে…
watch the video song...
0 Comments