Aji Tumi Nohole Mur Mon Nobhore Lyrics in Assamese II আজি তুমি নহ`লে মোৰ মন নভৰে II Jubin Garg II Assamese Song


Aji Tumi Nohole Mur Mon Nobhore Lyrics in Assamese II আজি তুমি নহ`লে মোৰ মন নভৰে II Jubin Garg II Assamese Song
আজি তুমি নহ`লে মোৰ মন নভৰে

Album: Maya

Singer: Jubin Garg & Treen Sharma


Assamese Version


আজি তুমি ন'হলে মোৰ মন নভৰে
সপোনৰে পখী হৈ নামানা
গুলপীয়া ওঁঠেৰে মিঠা মিঠা চুমাৰে
মোৰে দুবাহুতে ৰোৱানা
এতিয়াও মই দূৰণিৰে
সময় হ'লে পাবা নিবিৰে
আজি তুমি ন'হলে মোৰ মন নভৰে
সপোনৰে পখী হৈ নামানা

আছিলো অকলে সপোনে নিবিৰে
অচিনাকি নিশাতে
বুকুৰে উমকে সাঁচিলো তোমালে
বহু বহু যুগৰে
আজি মন কোমল মেঘৰ দৰে
আজি মন কোমল মেঘৰ দৰে
হৃদয়ৰ অশ্ৰু আৱেগৰে

আজি তুমি ন'হলে মোৰ মন নভৰে
সপোনৰে পখী হৈ নামানা
গুলপীয়া ওঁঠেৰে মিঠা মিঠা চুমাৰে
মোৰে দুবাহুতে ৰোৱানা
এতিয়াও মই দূৰণিৰে
সময় হ'লে পাবা নিবিৰে
আজি তুমি ন'হলে…

Watch the Video...

Post a Comment

0 Comments