Tumi Nohole Lyrics 2020 ।। তুমি নহ`লে ।। Zubeen Garg ।। Assamese Song


Tumi Nohole Lyrics 2020 ।। তুমি নহ`লে ।। Zubeen Garg ।। Assamese Song



Assamese Version


কি হব এই জীৱন তুমি নহলে

কাৰ বাবে ৰচিব সপোন

কি ৰব মোৰ বাবে তুমি নহলে

কোন হব এই বুকুৰ আপোন

ৰং বিহীন হৈ ৰৱ আশাবোৰ হীয়াৰে

অৰ্থহীন লগে সকলো

কি হব এই জীৱন তুমি নহলে

কাৰ বাবে ৰচিব সপোন
নাৰে নাৰে নেৰে নাৰে

নেৰে নেৰে নে নে

নাৰে নাৰে নেৰে নাৰে

নে ৰা নে না
উদাষ উদাষ লাগে তুমি নহলে

নেযায় সময় কাষত তুমি নহলে

ৰিঙা উছা বুকুত তুমি নহলে

ইমান কাতৰ লাগে তুমি নহলে

কোনে বুজিব

সঁচা এই আবেগ

চৌপাশে মোৰ

তোমাৰ আবেগ
কি হব এই জীৱন তুমি নহলে

কাৰ বাবে ৰচিব সপোন

কি ৰব মোৰ বাবে তুমি নহলে

কোন হব এই বুকুৰ আপোন
নাৰে নাৰে নেৰে নাৰে

নেৰে নেৰে নে নে

নাৰে নাৰে নেৰে নাৰে

নে ৰা নে না
জীয়াই থাকিম কিদৰে তুমি নহলে

কোনে দিব মৰম তুমি নহলে

ভাল পোৱা বুকুৰে হেৰাব তুমি নহলে

শুকাই যাব মৰম তুমি নহলে

কোনে বুজিব সঁচা এই আবেগ

চৌপাশে মোৰ তোমাৰ আবেগ
কি হব এই জীৱন তুমি নহলে

কাৰ বাবে ৰচিব সপোন

কি ৰব মোৰ বাবে তুমি নহলে

কোন হব এই বুকুৰ আপোন
না ৰা না না ৰা না না ৰা না

না ৰা না না ৰা না না ৰা না

নেৰে নেৰে নে নে

নাৰে নাৰে নেৰে নাৰে

নে ৰা নে না

অহো হ নাৰা ৰ (নেৰে না না)

লা লা লা লা লা লা লা (না না না)

watch the video....


Post a Comment

0 Comments