Bujiu Nubujane Lyrics in Assamse II Zubeen Garg II বুজিওঁ নুবুজানে II Assamese Song II

Bujiu Nubujane Lyrics in Assamse II Zubeen Garg II বুজিওঁ নুবুজানে II Assamese Song II
Bujiu Nubujane Lyrics in Assamse II Zubeen Garg II বুজিওঁ নুবুজানে II Assamese Song II

Assamese Version

বুজিওঁ নুবুজানে
কিয় তোমাক বিচাৰোযে
ক`ৱ খুজিওঁ মই
 নোৱাৰো ক`ৱ একো
ভয় লাগে যদি তুমি আতঁৰি যোৱা

বুজিওঁ নুবুজানে

নোৱাৰো ভাৱিব কিয়নো একো মই
তোমাক দূৰত ৰাখি
বাহিৰে ভিতৰে সকলোতে আজি মোৰ
উমলি আছা তমি

হিয়াৰ আপোন বুলি
তুমিয়ে কাষত মোৰ এই জীৱনত
এই জীৱনত

বুজিওঁ নুবুজানে

বহুতৰ হিয়াৰ মাজত বিচাৰি গ`লো মই
নাপালো সঁচা মৰম
তুমিয়ে দিলা মোৰ মৰমৰ সহাৰি
ৰ`লাহি নিৰৱে কাষত

কাৰোৱাৰ মৰম পায়
তুমিওঁ যাৱা নেকি মোক পাহৰি
মোক পাহৰি

বুজিওঁ নুবুজানে
কিয় তোমাক বিচাৰোযে
ক`ৱ খুজিওঁ মই
 নোৱাৰো ক`ৱ একো
ভয় লাগে যদি তুমি আতঁৰি যোৱা


English Version

Bujiu nubujane
Kiman tumak bisaruje
kobo khujiu moi
Nuwaru kobo eku
Voi lage jodi tumi aatori juwa

Bujiu nubujane...


(Nuwaru vabibo kiyonu eku moi
Tumak durot rakhi
Baahire vitore hokolute aaji mur
Umoli aasa tumi)-2X

Hiyar aapun buli
Tumiye kakhot mur ei jibonot
Ei jibonot

Bujiu nubujane....

(Bohutor hiyar majot bisari golu moi
Napalu hosa morom
Tumiye dila muk moromor hohari
Rolahi nirobe kakhot)-2X

Karubar morom paai
Tumiu jaba niki muk pahori
Muk pahori

Bujiu nubujane
Kiman tumak bisaruje
kobo khujiu moi
Nuwaru kobo eku
Voi lage jodi tumi aatori juwa

Watch Video....


Post a Comment

0 Comments